তিনসুকিয়া (Bangla)
Loading AI analysis...
	Loading Wikipedia extract...
	
1. Place(Proper Noun) A major industrial town in  Assam and  headquarter of Tinsukia District.Old name was Bangmora which was the capital of the Motak Dynasty. 
View Larger Map
COORDINATES: 27°30'0.00"N AND 95°21'36.00"E
ELEVATION: 148 M (485 feet)
TIME ZONE: IST (UTC+5:30)
POPULATION (2001) : 85,519
POSTAL CODES - 78612X
TELEPHONE CODE- (91)374
VEHICLE CODES: AS-23
অসমৰ এক মুখ্য উদ্যোগিক নগৰ| তিনিচুকীয়া জিলাৰ সদৰ| পুৰণি নাম বেংমৰা, মটক ৰাজ্যৰ ৰাজধানী আছিল|তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে| ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়|View Larger Map
Related Idea:
a. Proper Noun-Neuter: bengmoraবেংমৰা...b. Proper Noun: Margheritaমাৰ্ঘেৰিটামার্ঘেরিতাमार्घेरिटा...