তিলপিঠা (Assamese) [ Roman: til.pi.tha]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2008-04-14
    1. Cuisine-Food(Material Noun-Neuter) a traditional Assamese pitha. বৰাচাউলৰ গুৰিৰ লগত গুৰ আৰু ভজা তিলৰ গুৰিৰ মিশ্ৰণ মিহলাই ভজা এবিধ পিঠা৷ কেৰাহীত বৰাচাউলৰ গুৰি অলপ বহলাই আৰু দীঘলীয়াকৈ মেলি তাৰ ওপৰত তিলৰ গুৰি আৰু গুৰৰ মিশ্ৰণ এটা দি চাউলৰ গুৰিখিনিৰে মেৰিয়াই দিয়া হয় আৰু ইয়াক একেলগে সেকি পিঠা বনোৱা হয়৷