তুণ্ডক (Assamese) [ Roman: tun.dok]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-21
    1. Biology(Common Noun-Neuter) a beaklike modification of the stigma in many orchids; a part of the mouth in many insects, designed for sucking; a projecting part of the scolex in certain tapeworms বহুতো অৰ্কিডত গৰ্ভপীঠৰ এটা চৰাইৰ ঠোঁটৰ দৰে এক পৰিৱৰ্তিত আকৃতি; বহুতো পোক-পতংগৰ মুখৰ এটা অংশ, যি চুহিবলৈ ব্যৱহাৰ কৰাৰ উদ্দেশ্যে ৰূপান্তৰিত হৈছে; কেতবোৰ ফিটাপেলুত স্ক’লেক্স বা মূৰৰ এটা আগবাঢ়ি থকা জোঙা অংশ