তে (Deori) [ Roman: te]
    Contributed by: Himasri Das on 2023-03-20
    1. (Verb-Trans.) To remove the moisture from. পানী অথবা জলীয় বাস্প আঁতৰাই নীৰস কৰ্৷
    Contributed by: Himasri Das on 2023-03-20
    2. (Verb-Trans.) to cause a liquid to change to a gas, especially by heating তাপ প্ৰয়োগ কৰি জুলীয়া বস্তু এটা ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰ্