☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
তৰটিপ
(Assamese)
[
Roman:
tor.tip]
Contributed by:
Probodh Borah (প্ৰবোধ বৰা)
on 2011-08-15
1.
(Proper Noun-Neuter)
the mode of doing anything. কাম কৰিবৰ দিহা বা প্ৰকাৰ, যিদৰে যি কাম কৰিব লাগে, তাৰ নিয়ম ৷
English:
modus operandi
routine
Assamese:
আওভাও
আলেখ-লেখ
কাৰ্য্যপ্ৰণালী
গতি-বিধি
টিপ-টাপ
তৰটিপ
নীতি-নিয়ম
ৰেহৰূপ