দখল (Assamese) [ Roman: do.khol Origin: ফা. (হেম১৩)]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-30
    1. (Abstract Noun) actual holding or occupancy, either with or without rights of ownership. মালিকীস্বত্ত্ব থকা বা নথকাকৈ কোনো বস্তু বা সম্পত্তি অধিকাৰ কৰি থকা৷

    Example Sentences:

    1. মেট্ৰিক পৰীক্ষাত সি প্ৰথম স্হান দখল কৰিছিল।