দানাদাৰ (Assamese) [ Roman: da.na.dar]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-01
    1. (Verbal Adj.) which has become crystalline or turned into crystals যি দানা বা স্ফটিকলৈ ৰূপান্তৰিত হৈছে; যেনেঃ দানাদাৰ চেনি