দিগমণ্ডল (Assamese) [ Roman: dig.mon.dol]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
    1. (Abstract Noun) The apparent intersection of the earth and sky as seen by an observer আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য