দুধনৈ (Assamese) [ Roman: dudh.noi]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-28
    1. River(Proper Noun-Neuter) Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi. মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে।
    English:
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-16
    2. Place(Proper Noun-Neuter) A place in Goalpara district in southern bank of Brahmaputra গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উল্লেখযোগ্য ঠাই
    English: