☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
দেখাদেখিকৈ
(Assamese)
[
Roman:
de.kha.de.khi.koi]
Contributed by:
Anjal Borah (অঞ্জল বৰা)
on 2008-07-14
1.
(Adverb)
done or carried out with the knowledge of everyone সকলোৱে দেখাকৈ বা জনাকৈ কৰা
English:
openly
overtly
Assamese:
খুলি
খোলাখুলিকৈ
জনাজনিকৈ
দেখদেখকৈ
দেখাদেখিকৈ
দেখাশুনাকৈ
প্ৰকাশিতৰূপে
প্ৰকাশ্যভাবে
প্ৰকাশ্যে
প্ৰকাশ্যৰূপে
বিদিতে
মুকলিকৈ
মুক্তৰূপে
সণ্ঢালনিকৈ
Bodo:
खुलायै
थाल्ला थुल्ला
Dimasa:
daodao
Deori:
দেকদেকচ্চা
হিজেমাচ্চা