Donate
দে‌ৱীলৈদৈ তোল্

দৈ (Assamese) [ Roman: doi]
co.adj: টেঙা~, মিঠা~, dfc: -খিনি
Contributed by: PS on 2006-03-30
1. Cuisine-Food(Material Noun-Neuter) A custardlike food with a tart flavor, prepared from milk curdled by bacteria, especially Lactobacillus bulgaricus and Streptococcus thermophilus, and often sweetened or flavored with fruit. বেক্টেৰিয়া, বিশেষকৈ লেক্ট’বেচিলাছ বুলগেৰিকাছ আৰু ষ্ট্ৰেপ্ট’কক্কাছ থাৰ্ম’ফিলাছৰ দ্বাৰা কিণ্বন প্ৰক্ৰিয়াৰ জৰিয়তে গাখীৰৰ পৰা প্ৰস্তুত কৰা টেঙেচীয়া অৰ্দ্ধ-জুলীয়া খাদ্য; কেতিয়াবা মিঠা অথবা ফলৰ ৰস মিশ্ৰিত কৰা হয় ৷

Description
English: curd, yogurt,
Assamese: দধি, দৈ,
Bodo: गाइखेर दाखा,
Garo: doi,
Meeteilon: sangom aphamba,
Nagamese: dohi, doi, tenga dudh,
Dimasa: doi,
TAI-Ahom: নাম থুম্,
Bangla: দই,
Nepali: दधि, दही,
TAI-Khamti: nam chey sown

Example Sentences:

1. গাখীৰৰ পৰা দৈ তৈয়াৰ কৰা হয়।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-22
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a thin, long, flat or rounded strip made by splitting wood or bamboo longitudinally. কাঠ, বাঁহ আদি দীঘলকৈ ফালি কৰা দীঘল, লাহী, চেপেটা বা গোটা ছিৰি বা শলা।

Description
English: stick,
Assamese: কাঠি, কাঠীold , দৈ,
Garo: ga’al,
Nepali: लाठी, लौरो