ধকৰি (Assamese) [ Roman: dho.ko.ri]
    Contributed by: Anjali Sonowal on 2009-07-06
    1. (Material Noun-Neuter) A male organ, esp. one of the pair in scrotum, that produces sperm. পুৰুষ বা মতাৰ এক যুৰীয়া অঙ্গ, যি পুং জনন কোষ বা শুক্ৰ সৃষ্টি কৰে৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-23
    Ref: চন্দ্ৰকান্ত অভিধান
    2. Anatomy(Material Noun-Neuter) pouch of skin that contains the testes অণ্ডাশয় আৱৰি থকা পাতল চালৰ টোপোলা৷