নামদাং (Assamese)
    Contributed by: Mousumi Konwar on 2022-12-09
    1. HistorialRiver(Proper Noun-Neuter) a tributary of the river Dikhou located in the Sivasagar district of Assam; a historic stone bridge was constructed over this tributary during the reign of the Ahom king Rudra Singha অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ এখন উপনৈ; ইয়াৰ ওপৰত এখন ঐতিহাসিক শিলৰ দলং আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল৷
    English: