নিকণ্টকীয়া (Assamese) [ Roman: ni.kon.to.ki.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-07
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Proper Adj.) having no thorn ( having no enemy or adversary or free from trouble) কোনো কাঁইট নথকা (অৰ্থাৎ কোনো শত্ৰু বা দুখ কষ্ট নথকাৰ ক্ষেত্ৰত ব্যৱহৃত)