XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    নিদ্ৰাৱিষ্ট (Assamese) [ Roman: nid.ra.bis.to]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-28
    1. (Abstract Noun) in or into a state of sleep টোপনি যোৱা অৱস্থা
    English:
    asleep
    Assamese:
    ঘুমটীয়া ঘুমন্ত তন্দ্ৰামগ্ন নিদ্ৰাগত নিদ্ৰাচ্ছন্ন নিদ্ৰামগ্ন নিদ্ৰাৱিষ্ট নিদ্ৰিত নিষুপ্ত নিসাৰ প্ৰসুপ্ত সুপ্ত সুষুপ্ত
    © xobdo.org - a dictionary by you, for you, of you !!