নিৰ্বাচিত (Assamese) [ Roman: nir.ba.si.to]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-03
    1. (Verbal Adj.) chosen by the consensus of a group of people ব্যক্তি সমূহে বাচনি কৰা
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-10
    2. (Proper Adj.-Neuter) something selected by someone. কোনোবাই বহুতৰ মাজৰ পৰা পৃথক কৰি উলিওৱা, যেনেঃ বছা চাউল।