নেওঠ্ (Assamese) [ Roman: ne.o`th]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-07
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to clear (cotton) of seeds with a gin. নেওঠনীত চেপি বা পেৰি (কপাহৰ) গুটি নাইকিয়া কৰ্।