পাদমূল (Assamese) [ Roman: pa.do.mul]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-26
    1. Anatomy(Proper Noun-Common) the joint between the foot and the leg, in which movement occurs in two planes. ভৰিৰ পতা আৰু বাকী অংশৰ মাজৰ জোৰা, য’ত ভৰিখন দুই ভিন্ন সমতলত লৰচৰ কৰে৷