পিয়ল-নমা (Deori) [ Roman: pi.yol.no.ma]
    Contributed by: Himasri Das on 2023-03-14
    1. (Abstract Noun) The act of computing or calculating. কোনো বস্তুৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা কাৰ্য্য৷
    Contributed by: Himasri Das on 2023-03-14
    2. (Abstract Noun) an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷