পেটা-জৰী (Assamese) [ Roman: pe.ta-jo.ri]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) a strap for the saddle of a horse. ঘোঁৰাৰ পেটী বা পেটৰ তলেদি নি জিন্ বন্ধা জৰী।

    Description
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) a kind of frame made of ropes to carry earthen pots কলহ বা টেকেলিৰ তলত পৰা আধাৰি বা বিৰিয়াত সুমাই কলহ, টেকেলিৰ পেটৰ চাৰিওফালে বন্ধা জৰী, যাৰ সহায়ত কলহ, টেকেলি আদি ওলমাই নিয়া হয়