প্ৰলোভিত (Assamese) [ Roman: pro.lo`.bhi.to]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-17
    1. (Proper Adj.-Common &/or Masculine) Fond of dainty things or sensual pleasure. ইন্দ্ৰিয় সুখ বা অন্য যিকোনো সোৱাদ বস্তুলৈ বৰকৈ লোভ কৰা৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-03
    2. (Verbal Adj.) attracted or tempted to do or eat (something) খাবলৈ বা কৰিবলৈ আকৰ্ষিত হোৱা বা লোভ অনুভৱ কৰা