☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
পৰ্য্যবেক্ষক
(Assamese)
[
Roman:
por.jo.be.khyok.]
1.
(Common Noun-Common &/or Masculine)
one who supervises something or somebody. যি কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰে৷
English:
observer
seer
supervisor
Assamese:
তদাৰককাৰী
দিহদাৰ
নিৰীক্ষক
পৰ্য্যবেক্ষক