ফচল (Assamese) [ Roman: pho.sol Origin: ফা. (হেম১৩)]
    Contributed by: Biraj Kumar Kakati on 2008-03-06
    1. (Proper Noun-Neuter) The cultivated produce of the ground, while growing or when gathered খেতিৰ উৎপন্ন, খেতিৰ পৰা হোৱা গুটি, পাত, ঠাৰি, মূল ইত্যাদি|

    Example Sentences:

    1. এইবাৰ খেতিৰ উন্নত মানৰ ফচল উৎপাদন হৈছে।