ফিঙ্গা (Assamese)
    Contributed by: Bhadra Brahma on 2025-04-05
    1. Bird(Common Noun-Common) An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye. এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷