ফিৰ্ফিৰি (Assamese) [ Roman: phir.phi.ri]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) a flag used by children for playing, made of a short bamboo pole fitted with a light piece of cloth or paper. সৰু ল’ৰা-ছোৱালীয়ে খেলিবলৈ বাঁহৰ সৰু ডাঁৰ বা কাঠীৰ মূৰত ওলমাই দিয়া পাতল কাকত বা কাপোৰৰ টুকুৰা|