বঁহীয়া (Assamese) [ Roman: bo~.hi.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-16
    1. (Proper Adj.) of the previous day; something kept over night. আগদিনাৰ বা ৰাতিটোৰ বাবে ৰাখি থোৱা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-16
    2. (Proper Adj.-Neuter) white mixed with a small amount of gray, yellow, or other light color. ঈষৎ মলিন বগা বৰণৰ অথবা বগাৰ সৈতে আন পাতল ৰং যেনে মটীয়া বা হালধীয়া মিহলি।