বাউসি (Assamese) [ Roman: bau.xi.]
    1. Anatomy(Common Noun) the part of the upper limb between the elbow and the shoulder হাতৰ কিলাকুটি আৰু বাহুৰ মাজৰ অংশটো
    English:
    Karbi:
    Hmar:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-27
    2. (Material Noun-Neuter) the undermost layer of thatch on the eaves or lower edges of the roof of a house ঘৰৰ ছাউনি ডাঠ হ’বৰ কাৰণে চালৰ মুখত বন্ধা ঢাপলি বা দাঁতিত বন্ধা খেৰৰ একেবাৰে তলৰ তৰপ