বিকলন (Assamese) [ Roman: bi.ko.lon]
    Contributed by: Bikram M Baruah on 2012-02-02
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    1. Physics(Abstract Noun) The extraction of low frequency data of a signal where the low frequency data is mixed (modulated) with a high frequency carrier wave. নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠিওৱা সংকেতৰ পৰা বাৰ্তা নিষ্কাশন কৰা প্ৰক্ৰিয়া৷