বেতা (Assamese) [ Roman: be.ta]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-04
    1. (Verb-Trans.) to hit a person or an animal hard with a whip. কোনো মানুহ বা জন্তুক চমটাৰে কোবা।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-13
    2. (Verb-Trans.) to beat or hit with a goad or thin stick এছাৰি বা বেতেৰে কোবা বা প্ৰহাৰ কৰ্