বৈতৰণী (Assamese) [ Roman: boi.to.ro.ni]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-11-16
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. Religious-Mythological(Abstract Noun) A river (river of hate) in Hindu mythology which formed the boundary between Earth and the Underworld. হিন্দু পুৰাণশাস্ত্ৰ অনুসৰি যমৰ নগৰৰ বাটত থকা এখন নৈ৷