ব্যৱস্থা (Assamese) [ Roman: byo.bos.tha]
    Contributed by: Panchalika on 2006-04-20
    1. (Abstract Noun) sth that is built, installed or established to serve a particular purpose, such as a Hospital. কোনো বিশেষ উদ্দেশ্য সাধনৰ বাবে সজা, স্থাপন কৰা বা প্ৰতিস্থা কৰা কোনো বস্তু।
    Contributed by: Panchalika on 2006-04-20
    2. (Abstract Noun) A group of interacting, interrelated, or interdependent elements forming a complex whole এক জটিল বস্তু গঢ়ি তোলা পৰস্পৰ ক্ৰিয়াশীল, সম্পৰ্ক থকা আৰু নিৰ্ভৰশীল উপাদানৰ এক সমূহ