ভীম (Assamese) [ Roman: bhim]
    Contributed by: Himjyoti Talukdar on 2009-05-31
    1. (Proper Adj.-Common) able to cause fear or dread or terror ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
    Contributed by: Partha P Sarmah on 2008-12-03
    2. (Proper Noun-Masculine) the second brother of the Pandavas. He is known for his superhuman physical strength. পঞ্চপাণ্ডৱৰ দ্বিতীয় ভ্ৰাতৃ৷ তেওঁৰ দেৱপিতৃ পৱনদেব আৰু মাক কুন্তী৷ তেওঁৰ অতিমানৱীয় শক্তিৰ বাবে জনাজাত৷
    Contributed by: Biraj Kumar Kakati on 2010-02-28
    3. (Material Noun-Neuter) The rollers of a cotton or sugar-cane pressing mill. কপাহ আৰু কুঁহিয়াৰ পেৰা শালৰ ঘূৰণীয়া গোটা আৰু ঘূৰি থকা অংশ ৷

    ভীম (Bangla)
    4. (Proper Noun-Masculine) the second brother of the Pandavas. He is known for his superhuman physical strength. পঞ্চপাণ্ডৱৰ দ্বিতীয় ভ্ৰাতৃ৷ তেওঁৰ দেৱপিতৃ পৱনদেব আৰু মাক কুন্তী৷ তেওঁৰ অতিমানৱীয় শক্তিৰ বাবে জনাজাত৷