ভেৰোণ (Assamese) [ Roman: bhe.ro`n]
    Contributed by: Bikram M Baruah on 2014-08-07
    1. (Abstract Noun) a payment or series of payments made by the lessee to an owner for use of some property like a building, an apartment, an office, or other property. আন কোনো গৰাকীৰ ঘৰ, অফিচ বা আন সম্পত্তি ব্যৱহাৰ কৰাৰ কাৰণে মালিকক দিয়া টকা ৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-04
    2. (Abstract Noun) the price of conveyance or passage in a bus, train, airplane, or other vehicle বাছ, ৰেল, বিমান বা অন্য যান-বাহনত উঠাৰ বাবে দিবলগীয়া মূল্য