মাধ্যম (Assamese) [ Roman: mo.dhyom]
    1. (Material Noun-Neuter) surrounding environment in which something functions and thrives যিকোনো বস্তু বৰ্তি থকা বা কাৰ্য্য কৰা চাৰিওফালৰ পৰিৱেশ
    Contributed by: Swapnita Kakati on 2006-03-28
    2. (Abstract Noun) one of the means or channels of general communication, information, or entertainment in society, as newspapers, radio, or television. সমাজত বাৰ্তা, তথ্য বা আমোদ-প্ৰমোদ বিলাবলৈ ব্যৱহাৰ কৰা এক উপায় বা প্ৰণালী, যেনে: বাতৰিকাকত, ৰেডিঅ` বা টেলিভিছন।

    মাধ্যম (Bangla)
    Contributed by: Dipankar Ghosh on 0000-00-00
    3. (Abstract Noun) one of the means or channels of general communication, information, or entertainment in society, as newspapers, radio, or television. সমাজত বাৰ্তা, তথ্য বা আমোদ-প্ৰমোদ বিলাবলৈ ব্যৱহাৰ কৰা এক উপায় বা প্ৰণালী, যেনে: বাতৰিকাকত, ৰেডিঅ` বা টেলিভিছন।