মানক (Assamese) [ Roman: ma.nok]
    Contributed by: Satyajit Nath on 2014-09-03
    1. (Abstract Noun) a level of quality that is generally accepted. কোনো বস্তুৰ গুণ, উৎকৃষ্টতা আদি নিৰ্ধাৰণৰ বাবে তুলনামূলকভিত্তিত গ্ৰহণ কৰা নিৰিখ৷