মাল-বস্তু (Assamese) [ Roman: mal-bos.tu]
    Contributed by: Rupankar Mahanta on 2007-04-17
    1. (Abstract Noun-Neuter) Merchandise or things to be transported কোনো গোদামত থকা বা স্থানান্তৰ কৰিব লগীয়া সামগ্ৰীসমূহ৷
    Contributed by: Webmaster-II on 2017-10-03
    Ref: আধুনিক অসমীয়া শব্দকোষ
    2. (Material Noun-Neuter) bags, trunks etc. which a traveler carries with him/her. ভ্ৰমণকাৰীয়ে তেওঁৰ লগত লোৱা মোনা, বাকচ আৰু অন্যান্য মাল-বস্তু