☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
মিছাতে
(Assamese)
[
Roman:
mi.sa.te]
Contributed by:
Anjal Borah (অঞ্জল বৰা)
on 2009-01-23
1.
(Adverb)
in an unnecessary manner; without any necessity. প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
English:
unnecessarily
Assamese:
অকাৰণত
অকাৰণতে
অকাৰণে
অদৰকাৰত
অদৰকাৰীভাৱে
অনাবাবে
অনাহকত
অনাহকতে
অনাৱশ্যকভাৱে
অবাবত
অবাবতে
আনামতে
আলে-জালে
এলাপাকত
খামাখা
বিনা-কাৰণত
মিছাতে
মিছামিছিকৈ
Nagamese:
misa-misi
Dimasa:
haglai
musibo niyahi
nangyadada
nangyahi