মিৰিকা (Assamese) [ Roman: mi.ri.ka]
    alt: মিৰিকা-মাছ
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-12
    1. Fish(Common Noun-Common) a freshwater fish of the carp family with brown body, usually found in shallow water of fast streams and rivers ৰৌ মাছৰ নিচিনা (কিন্তু তাতকৈ মূৰটো সৰু আৰু জোঙা, গাটো গোটা-সজীয়া) এবিধ ডাঙৰ মাছ

    মিৰিকা মাছ