মুনিহালি (Assamese) [ Roman: mu.ni.ha.li]
    Contributed by: Mousumi Konwar on 2023-04-01
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Abstract Noun) the qualities associated with a grown man, courage, virility; the status of being an adult male এজন পূৰ্ণবয়স্ক মতা মানুহৰ গুণবোৰ, সাহস আৰু পুৰুষসুলভ শক্তি; প্ৰাপ্তবয়স্ক পুৰুষ হোৱা অৱস্থা