মূলত্ৰ (Assamese) [ Roman: mu.lo.tro]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-21
    1. Botany(Common Noun-Neuter) a hollow cone of loosely arranged cells that covers the growing tip of a root and protects it during its passage through the soil উদ্ভিদৰ শিপাৰ বৃদ্ধি পাবলগীয়া আগটোক ঢাকি ৰখা আৰু মাটিৰ মাজেৰে গতি কৰাৰ সময়ত সুৰক্ষা প্ৰদান কৰা, ঢিলাকৈ সজোৱা কোষৰ এটা ফোঁপোলা শঙ্কু