মেঘবাহন (Assamese) [ Roman: megh.ba.hon]
Contributed by: Anjali Sonowal on 2010-10-19
1. (Proper Noun-Masculine) The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism. স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
English:
Assamese:
অদিভিত্ অমৰনাথ অমৰপতি অমৰেশ আখণ্ডল ইন্দ্ৰ কুলিশী গোত্ৰভিৎ গ্ৰামঘোষী ঘনবাহন জম্ভাৰাতি জম্ভাৰি জীমূতবাহন ত্ৰিদশাধিপতি দত্তেয় দিৱস্পতি দেৱ-ৰাজ দেৱকান্ত দেৱতাধিপ দেৱপতি দেৱেন্দ্ৰ পাকশাসন পুৰন্দৰ পৌৰন্দৰ প্ৰাচীপ পৰ্জন্য বজ্ৰধৰ বজ্ৰধৰ্ বজ্ৰপাণি বজ্ৰী বলবিনাশন বলভিদ বলসূদন বলহা বলৰিপয় বাসৱ বৃত্ৰহা বৃত্ৰাৰি বৃহদ্ৰথ মঘৱা মহেন্দ্ৰ মেঘবাহন শক্ৰ শচীন্দ্ৰ শচীপতি শচীবিলাস শতক্ৰতু সহস্ৰনয়ন সহস্ৰলোচন সহস্ৰাক্ষ সুৰপতি সুৰেন্দ্ৰ সুৰেশ সুৰেশ্বৰ সুৰৰাজ হৰিহয় হৰ্যস্ব
Dimasa:
Bangla:
Deori:
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-04
2. Historial(Proper Noun-Masculine) Meghbhahan of Kashmir during first century AD married to Amritprabha, daughter of Assam king. ১ম শতিকাৰ বৰ্তমান কাশ্মীৰৰ এজন ৰজা৷ তেওঁৰ পত্নী অমৃতপ্ৰভা অসমৰ জীয়ৰী বুলি কথিত৷ সয়ন্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল৷ বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়৷ পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহন কৰে৷ অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে `অমৃত ভৱন` নামৰ এক বিহাৰ স্থাপন কৰিছিল৷
English:
Assamese: