লাউখোলা (Assamese) [ Roman: lau.kho'.la]
    Contributed by: Biraj Kumar Kakati on 2007-07-25
    Ref: হেমকোষ (পুৰণি)
    1. (Material Noun-Neuter) The bony part of the head enclosing the brain. মগজুক আৱৰি ৰখা হাঁড়েৰে গঠিত খোলা।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-11-04
    2. (Material Noun-Neuter) A dried shell of a fruit bottle gourd. The shell of the gourd, when dried, has a wooden appearance and used as percussion instruments by cultures around the world. জাতিলাউৰ ভিতৰৰ শাহ নথকা শুকান আৱৰণ৷ ই শুকাই যোৱাৰ পিছত কাঠৰ দৰে টান হৈ পৰে আৰু বাদ্যযন্ত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷