শিৰোধাৰ্য্য (Assamese) [ Roman: xi.ro`.dhar.yo]
    alt: শিৰোধাৰ্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verbal Adj.) worth following or fit to be obeyed (said of an order) শিৰত তুলি ল’ব লগীয়া অৰ্থাত্ মানিব লগীয়া (আদেশ বা নিৰ্দেশ)