সংকৰণ (Assamese) [ Roman: xong.ko.ron]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-08-10
    1. Biology(Verbal Noun) the process of mating two different breeds, varieties, or populations of the same species to produce offspring—called a crossbreed—that combine traits from both parents একই প্ৰজাতিৰ দুটা ভিন্ন প্ৰকাৰ, জাত বা জনসংখ্যাৰ মাজত মিলন ঘটাই সন্তান উৎপাদন কৰা প্ৰক্ৰিয়া, য’ত দুয়ো পিতৃ-মাতৃৰ বৈশিষ্ট্যসমূহ একত্ৰিত হয়৷