সংজ্ঞালোপন (Assamese) [ Roman: xong.gya.lo`.pon]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-16
    1. Biology(Verbal Noun) general loss of the senses of feeling, as pain, heat, cold, touch, and other less common varieties of sensation অনুভূতিৰ ইন্দ্ৰিয়সমূহৰ সাধাৰণ হ্ৰাস বা লোপ, যেনে— বিষ, গৰম, ঠাণ্ডা, স্পৰ্শ আৰু অন্যান্য কম সাধাৰণ ধৰণৰ অনুভূতিৰ হ্ৰাস বা লোপ৷