সংস্থান (Assamese) [ Roman: xongs.than]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
    1. (Abstract Noun) The activity one does for living or earning ধন আৰ্জি জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম-কাজ
    Contributed by: Sudipta Kumar Gogoi on 2006-06-22
    2. (Abstract Noun) an act or instance of employing or utilizing sb/sth. কোনোবাক/কিহবাক কোনো কামত ব্যৱহাৰ কৰা কাৰ্য্য
    3. (Abstract Noun) A structure through which individuals cooperate systematically বহুতো ব্যক্তিয়ে পদ্ধতিগতভাৱে পৰস্পৰ সহায়-সাৰথি কৰাৰ উদ্দেশ্য গঠিত সংগঠন