সঞ্চাৰণ (Assamese) [ Roman: xon.sa.ron]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Anjali Sonowal on 2010-03-02
    1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-10
    2. Biology(Verbal Noun) the passing of a pathogen (a germ like a virus or bacteria) from an infected host to a new, healthy host এটা সংক্ৰমিত আধাৰ (হোষ্ট)ৰ পৰা এটা নতুন, সুস্থ আধাৰলৈ এটা ৰোগৰ কাৰক (ভাইৰাছ বা বেক্টেৰিয়াৰ দৰে জীৱাণু)ৰ প্ৰেৰণ বা সোঁচৰণ৷