সম্পাদক (Assamese) [ Roman: xom.pa.dok]
    fm: সম্পাদিকা
    1. (Common Noun-Common) one who reviews, selects and corrects writings received from different contributors for publication in a newspaper or magazine যি বাতৰি কাকত বা আলোচনীত প্ৰকাশ কৰিবলৈ বিভিন্ন লিখকৰ পৰা পোৱা লিখনিসমূহ পুণৰীক্ষণ, বাছনি আৰু শুধৰণি কৰে ৷
    2. (Common Noun) secretary of an organization কোনো সংস্থাৰ মূল কাৰ্য্যবাহী