সহলগ্নতা (Assamese) [ Roman: xo.ho.log.no.ta]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-30
    1. Biology(Abstract Noun) the occurrence of two genes close-together on the same chromosome so that they are unlikely to be separated during crossing over and tend to be inherited as a single unit একেডাল ক্ৰম’জমত দুটা জিন ওচৰা-ওচৰিকৈ থকা অৱস্থা, যাৰ ফলত ক্ৰছিং অভাৰৰ সময়ত সিহঁত পৃথক হোৱাৰ সম্ভাৱনা কম হয় আৰু একেটা একক হিচাপে উত্তৰাধিকাৰসূত্ৰে পোৱাৰ প্ৰৱণতা দেখুৱায়৷