☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
সাৰাংশ
(Assamese)
[
Roman:
xa.rang.xo]
1.
(Abstract Noun)
A short piece of writing containing the main ideas from a longer document কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
English:
epitome
essence
gist
precis
resume
substance
summary
synopsis
Assamese:
গূঢ় কথা
চিহা
থুলমুল
নিৰ্যাস
ফলিতাৰ্থ
ভাবাৰ্থ
ভাৱাৰ্থ
মূলকথা
মূলভাৱ
মৰ্মকথা
সংক্ষিপ্তসাৰ
সাৰ
সাৰকথা
সাৰমৰ্ম
সাৰাংশ
সাৰৱত্তা
Bodo:
गुबै बाथ्रा
गुबै राव
Mising:
gomríng
gomsum
Khasi:
ka tynrai
Garo:
bicham
Meeteilon:
wa machang
Bishnupriya Manipuri:
মূল কথা
TAI-Ahom:
খাম্ ৰো
Deori:
আনতায়ু চ্চু